ৰাম পৰাজয়, সীতাৰ পাতাল গমন || Ram Parajoy Sitar Patal Gamon || শিশু ভাওনা || Vauna || #SNN
সৰস্বতী পূজাৰ উপলক্ষে ধনীৰাম গগৈ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা এভাগি নাট : ৰাম পৰাজয়, সীতাৰ পাতাল গমন।
স্থান : ১ নং বাৰূৱতী গাঁৱৰ বৰনামঘৰ
দিনাংক : ৩ ফেব্ৰুৱাৰী ২০২৫ চন
পৰিচালনা : দেৱাশীষ খনিকৰ
মুখ্য গায়ন : তাপস নাথ
ব্যৱস্থাপনা : শিক্ষক গোট
#ৰাম_পৰাজয় #RamParajoy #শিশু_ভাওনা