MENU

Fun & Interesting

বতৰৰ শেষৰ পাচলি আৰু কন্দু টোপৰ লগত আজিৰ আহাৰ। super tasty authentic hornet Larvae recipe |

AMAR GAON 169,092 lượt xem 2 years ago
Video Not Working? Fix It Now

আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"

Our Facebook link-https://www.facebook.com/Amargaon12/
Our Instagram link-https://instagram.com/amargaon20?utm_medium=copy_link
Watch all my videos -https://www.youtube.com/channel/UCfgrieu_9X77-9QxIg5r2_A

some other videos.....
* Nature gives us all everything-https://www.youtube.com/watch?v=0qDI8Yw-JAY
*The lifestyle of the people on the bank of our Disang river-https://www.youtube.com/watch?v=ZHArCfRkfEU
*A special fishing day-https://www.youtube.com/watch?v=trDKEg_UzIM&t=181s
*A beautiful day of the harvesting season to reap our golden paddy fields-https://www.youtube.com/watch?v=ZpAAalr0cAM

#villagelifestyle #villagecooking #ethnicfood #amargaon

Comment