খুহুতীয়া গীতৰ সম্ৰাট ত্ৰৈলোক্য সোণোৱাল ককাইদেউ (Troilukya Sonowal) এটি খুহুতীয়া গীত শুনি শুনি পুখুৰীত জাল বাই মাছ ধৰি থাকোঁতে কিমান মাছ ধৰিলো গমেই নাপালো অ....
ধন দা
পুনিল দা
বাবুলাল
কনভাই নিচাও আৰু মই মাছ ধৰিলো।
পুঠি খলিহনা গৰৈ কাৱৈ চেঙেলি আদি বহুত মাছ পোৱা লগতে জাল মাৰুতে হাহ কনি ও জালত আহিলে দুটা ।।
#entertainment #TimesMultimedia