বোম্ বোম ভলেৰ TSHIRT পৰিধান কৰি আমি এনেকৈয়ে মহা শিৱৰাত্ৰি পালন কৰিলোঁ। হৰ হৰ মহাদেৱ 🙏 । অগণন ভক্তোগণৰ ভিৰে আজি শিৱ মন্দিৰ সমূহ ভৰি পৰিছে, বাবাৰ মহিমা অপাৰ, বাবাৰ ভক্তৰ সংখ্যাও অগণন ।। শিৱ পূজা এভাগ আগবঢ়ালোঁ আজি মহাদেৱৰ দিন বুলি খুব ভাল লাগিল
ধন্যবাদ 🙏