পবিত্ৰ বুঢ়াগোহাঁইৰ সফলতাৰ কাহিনী || UPARJAN ||
এজন সফল অসমীয়া ব্যৱসায়ী ৷ সূতা উৎপাদনেৰে তেওঁ জিলিকি উঠিছে উত্তৰ পূবত
আমেৰিকা / ইটালি /চুইডেনৰ পৰা মেচিন কিনি আনি তেওঁ গুৱাহাটীত চলাই আহিছে সূতা উৎপাদনৰ কাৰখানা
শিৱ সাগৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আহি প্ৰতিষ্ঠিত ব্যৱসায়ী পবিত্ৰ বুঢ়াগোহাইৰ সফলতাৰ কাহিনী এয়া ৷
contact us - 9101735732
uparjan.in