uparjan এটি গাহৰি পোৱালিয়ে জীৱন সলালে ৰবীন্দ্ৰ গগৈৰ ৷ এতিয়া বছৰি ১৫ লাখ টকাৰ গাহৰি ব্যৱসায় ৷
বিয়াপতাৰ পাছত ৰবীন্দ্ৰ গগৈৰ সংসাৰ চলাবলৈ উপায় নোহোৱা হ'ল ৷ দৰিদ্ৰতাৰ পৰা মুক্তি বিচাৰি তেওঁ ১১শ টকা ধাৰলৈ আনি কিনি আনিলে এটি গাহৰি পোৱালি ৷ পাছত সেই পোৱালিৰ পৰাই হ’লগৈ এখন গাহৰি ফাৰ্ম ৷ এতিয়া বছৰি ব্যৱসায় কৰে ১৫ লাখ টকাৰ ৷ তেওঁক আদৰ্শ হিচবে লৈ এটা অঞ্চলত চলিছে এতিয়া গাহৰি ফাৰ্ম খোলাৰ বিপ্লৱ ৷ ৰবীন্দ্ৰ গগৈৰ সংগ্ৰামৰ কাহিনী...