স্বাগতম প্ৰিয় বন্ধু-বান্ধৱী,জ্যেষ্ঠজন আৰু অনুজ সকল,আপোনালোকলৈ আমাৰ মৰম,শ্ৰদ্ধা ও সেৱা যাঁচিলো। আমাৰ চেনেলৰ জৰিয়তে আমি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা বিহু,ভাওনা,অসমীয়া থলুৱা গীত-মাত,লোককলা-সংস্কৃতি,ভাগৱত পাঠ ও ও ব্যাখ্যা,আধুনিক গীত, প্ৰতিস্থিত শিল্পীৰ লগতে উঠি অহা নবপ্ৰজন্মৰ শিল্পীৰ গীত-মাত,সংগীত বিষয়ৰ টিউটৰিয়েলৰ লগতে দিহা-পৰামৰ্শ, বিভিন্ন জানিবলগীয়া বিষয়ৰ ভিডিঅ'বিলাক আপোনাসবৰ আগত উপস্থাপন কৰাৰ চেষ্টা কৰিছো। আশাকৰো আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাব,লাইক ,কমেন্ট কৰিব ও বন্ধু-বৰ্গৰ লগত শ্বেয়াৰ কৰিব,লগতে আমাৰ চেনেলটো চাবস্ক্ৰাইব কৰিব।🙏