আশা কৰিছোঁ আপুনি নিশ্চয় আমাৰ এই Channel টিত থকা গীতসমূহ উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু নিজৰ মতামত দাঙি ধৰিব পাৰে । যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব । আমাৰ লক্ষ্য পুৰণি কৃষ্টি সংস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া । তাৰ বাবে আপোনালোকৰ সহায় ৰ প্ৰয়োজন । আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেণ্টত বক্সত জনাব ।
Xopun Music Channel টিত থকা গীতসমূহ Borah Sound Studio (Narayanpur, Lakhimpur) ত বাণীবদ্ধ কৰা।
ইচ্ছুক নতুন প্ৰজন্মৰ উদীয়মান শিল্পীয়ে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। এটি ক্ষুদ্ৰ মান মাননিয়ে আপোনালোকৰ প্ৰতিভা সমূহ আমি বিকশাই দিবলে সদায় সাজু আছোঁ।
লগতে আপোনাৰ যিকোনো গীত, কবিতা, ছুটি ছবি আদি প্ৰচাৰৰ বাবে আমালৈ পঠাব পাৰে। আমি আপোনালোকক এখন মঞ্চ দিম।
আমাক পোনপটীয়া ভাৱে যোগাযোগ কৰিব পাৰে
Contact No: 7896676225, 7635979496
ধন্যবাদ ।