MENU

Fun & Interesting

কৃপাময়

কৃপাময়

নমস্কাৰ, কৃষ্ণ কৃপাময় তৰফৰ পৰা সেৱা জনাইছোঁ। এই যাত্ৰাৰ সহযাত্ৰী হোৱা বাবে ধন্যবাদ। আমি সকলোৱে এফালৰ পৰা গীতা, কীৰ্ত্তন, নামঘোষা , গুণমালা, ৰত্নাৱলি, ৰামায়ন, মহাভাৰত আৰু ভাগৱত আদি পুথি সমূহ পঢ়িম। কৃষ্ণৰ চৰণত প্ৰেম সৃষ্টি কৰাই, এই যাত্ৰাৰ মূল উদেশ্য। আপোনালোকে আশীৰ্বাদ কৰিব আৰু উপযুক্ত উপদেশ দিব বুলি, আশা কৰিলোঁ।

সেৱাৰে.....
পাৰ্থ প্ৰতীম নাথ
(Ohm Nath)
M.sc. in Physics
Present address : Dibrugarh
Home town : North Lakhimpur
Ph No : 9577785586
E-mail : 9577785586nath@gmail।com
Insta_id : imparthasrk ( ohm nath)
facebook : Ohm Nath