Jonali and Shivansh Vlog(মুমূ্ আৰু মাকৰ কাহিনী)
Jonali & Shivansh Vlog লৈ আপোনাক স্বাগতম!
এই Vlog channel টোৰ জৰিয়তে মই মোৰ জীৱনৰ সুখ-দুখ বোৰ আপোনালোকৰ লগত share কৰিছো।। আপোনালোকৰ ব্যস্ততাৰ মাজতো এই সময়কন দিয়া বাবে বহুত বহুত ধন্যবাদ।।
মোক আপোনলোকৰ সহায়ৰ যথেষ্ট প্ৰয়োজন।। ইমান দুৰ আহি SUBSCRIBE নকৰাকৈ নাযাব।।
ধন্যবাদ।।