'আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব"
- ড° ভূপেন হাজৰিকা
🙏 নমস্কাৰ মোৰ Youtube চেনেলটো লৈ "স্বাগতম! এই চেনেলত আপুনি আমাৰ অসমীয়া সংস্কৃতি, আৰু অসমীয়া জাতিৰ গন্যমান্য ব্যক্তিসকলৰ মতামতৰ ভিডিঅ'বোৰৰ লাভ কৰিব পাৰিব।
মই "এই চেনেলৰ জৰিয়তে মই চেষ্টা কৰিছোঁ অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্রতি আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ। আৰু আপোনালোকৰ মতামতবোৰ ভিডিঅ'সমূহৰ কমেন্তত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।"
"আৰু , এই চেনেলটো অসমীয়া খিলঞ্জীয়াৰ (আপোনাৰ) সহায়ৰ বাবে সুৰক্ষাৰ বা অসমীয়া জাতিৰ জাগৰণৰ বাবে। এই চেনেলত আপোনাৰ বাবে অসমীয়া জাতি মাটিৰ শিল্পী, তেওঁলোকৰ গীত, ভ্লগ, বিভিন্নজনৰ মতামত আৰু সাৰথি সন্দৰ্ভৰ ভিডিঅ' আনিম। সেয়া হওক আপোনাৰ দিনৰ এক সৰু আনন্দ।"
ধন্যবাদ ❤️
জয় আই অসম ✍️
Video Upload time 4.30 pm
MS2@