MENU

Fun & Interesting

Mixture Planet

Mixture Planet

নমস্কাৰ 🙏🙏

মই দ্বীপজ্যোতি দত্তই আপোনালোক সকলোকে আমাৰ এই "MIXTURE PLANET" চেনেলটোলৈ স্বাগতম জনাইছো।

এই চেনেলটোত আপোনালোকে
👉 Technology,
👉 Unboxing,
👉Riview,
👉Vlog,
এই সকলোধৰনৰ Video পাব।

সকলোবোৰ Video আপোনালোকৰ ভাল লগাকৈ আৰু সঽজ সৰলকৈ আপোনালোকক বুজাই দিয়াৰ চেষ্টা কৰিম। আশাকৰো আপোনালোকে Video বোৰ চাই নিশ্চয় ভাল পাব।

যদি video বোৰ চাই ভাল পাই তেন্তে অনুগ্ৰহ কৰি Like, Share আৰু Subscribe কৰিব ৷

আপোনালোকৰ support এ আমাক ভাল ভাল video বনাই যাবৰ বাবে অনুপ্ৰেৰণা যোগাব 😊

এইটো আপোনালোকৰে চেনেল, গতিকে আঽক আমি সকলোৱে মিলি জুলি একেলগে সময়খিনি পাৰ কৰো 🤗। ধন্যবাদ।

For Business enquiry -
duttad405@gmail.com