MENU

Fun & Interesting

অসমীয়া সংস্কৃতি

অসমীয়া সংস্কৃতি

নমস্কাৰ
"অসমীয়া সংস্কৃতি" Youtube channel টো লৈ আপোনাক স্বাগতম জনাইছোঁ। সকলোৱে মৰম আশীৰ্বাদ কৰিব। যাতে আমি আমাৰ অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ।
* আমাৰ লক্ষ্য শ্ৰীম্তশঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা।
* আমাৰ লক্ষ্য অসমখনত সংস্কৃতিৰ বীজ সিঁচি সেউজীয়া কৰি তোলা।

য'ত লাগিব আপোনালোকৰ মৰম আশীৰ্বাদ। সেয়েহে আপোনালোকে আমাৰ এই "অসমীয়া সংস্কৃতি " Youtube channel টিক সহায়-সহযোগ, মৰম- আশীৰ্বাদ প্ৰদান কৰি আমাৰ এই channel টিক subscribe আৰু প্ৰতিটো video ত like,comment আৰু share কৰি আমাক উৎসাহ প্ৰদান কৰিব বুলি আশা কৰিলো।

ধন্যবাদেৰে
"অসমীয়া সংস্কৃতি"
YOUTUBE CHANNEL