Bishnu The Analyzer হৈছে এটা শৈক্ষিক চেনেল ৷
ইয়াত শিক্ষকৰ বাবে, ছাত্ৰ-ছাত্ৰীৰ বাবে সময়উপযোগী ভিডিঅ দিয়াৰ চেষ্টা কৰিছো ৷
লগতে
বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব পৰাকৈ ভিডিঅ দিয়াৰ ব্যৱস্থ কৰিছো ৷
লগতে কম্পিউটাৰ শিক্ষাঅন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছো ৷
আমাৰ এই ব্যতিক্ৰম ধৰ্মী চেনেলটোত আপোনালোকৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি ভিডিঅ দিয়াৰ ব্যৱস্থা কৰিছো ৷
আপোনালোকে যিকোনো ধৰণৰ প্ৰয়োজনীয় ভিডিঅ পাবৰ বাবে আমাৰ ভিডিঅ comment box ত কমেন্ট কৰিব ৷ নাইবা আমালৈ email কৰিব ৷
শেষত আমাৰ চেনেলটো Subscribe কৰিবলৈ মুঠেও নাপাহৰিব লগতে সকলোতকৈ আগতেই ভিডিঅবিলাক পাবৰ বাবে Subscribe কৰাৰ পাছত কাষত দেখা বেলটো দবাই দিব ৷
email:- chutiab305@gmail.com
Facenook page- Bishnu Chutia