আপোনালোক সকলোকে আপোনালোকৰ মৰমৰ SANJIB MOTIVATION চেনেল টিলৈ স্বাগতম জনাইছো আপোনালোকে এই চেনেল টিক ভৱিষ্যতে আশীৰ্বাদ আৰু মৰম আগবঢ়ায় যাব বুলি আশা ৰাখিলোঁ কিছুমান যোগাত্মক চিন্তাধাৰাৰে মোৰ অভিজ্ঞতা ফালৰপৰা আপোনালোকক কিছু অনুপ্ৰেৰণামো লক ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ জীৱন সুখময় হয় তাৰেই প্ৰতিশ্ৰুতিৰেই আপোনালো কক মই শলাগৰ শৰাইৰ আগবঢ়াইছো