MENU

Fun & Interesting

BAR PITH  বৰপীঠ

BAR PITH বৰপীঠ

জীৱনটোক জুখিবলৈ সহজ ,যেনে মোৰ ঘৰ ,মোৰ লৰা -ছোৱালী ,মোৰ সম্পতি ,মোৰ গাড়ী ,কেৱল মই ,মই ,মোৰ ,মোৰ এয়াই জীৱন নেকি ? জীৱনৰ সংজ্ঞা মানে,আমাৰ ভিতৰত চকুৰে নেদেখা যি শক্তি আছে আৰু শক্তিবোৰক আহৰণ কৰিবলৈ হলে ৰাজযোগৰ অভ্যাসৰ প্ৰয়োজন আছে |তেতিয়া হলে মই ,মই ,মোৰ ,মোৰ আদি আদি পৰা আঁতৰত থাকি সুন্দৰ জীৱন ,সুখময় জীৱন জাপান কৰিব পাৰিম |