প্ৰেম মাথো এটি শব্দ নহয় ই এক সুকীয়া অনুভৱ যি অনুভৱ প্ৰতিজনলোকে জীৱনৰ কোনোবা এটা ক্ষণত অনুভৱ কৰে। আমি কাৰোবাক ক্ষন্তেকত ভাল পাই পেলাব পাৰোঁ কিন্তু আমি ক্ষন্তেকত কাৰোবাক পাহৰিব নোৱাৰোঁ। ঠীক তেনেদৰে মোক ও আপোনালোকে video চাই পাহৰি নাযাব দে অলপ মৰম দিব 🥺❤️❤️🤣