নমস্কাৰ 🙏🏻
আমাৰ চেনেলটোলৈ স্বাগতম। 🩷
আমাৰ চেনেলত, আগন্তুক হ'বলগীয়া অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমুৰ প্ৰস্তুতিৰ বাবে, গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰা হ'ব ।
অতি সহজ ভাষাত প্ৰশ্নসমূহ আলোচনা কৰা হব আৰু আপোনালোকৰ মনত থকাকৈ ধুনীয়াকৈ explanation কৰা হব ।
আৰু কিছুমান প্ৰশ্ন বা concept মনত থকাকৈ আমি আপোনালোকক Tricks কিছুমান দি যাম 😁
short tricks সমূহৰ বাবে আমাৰ চেনেলটো আনতকৈ কিছু বিয়তিক্ৰম।
পৰীক্ষাত অহা Important প্ৰশ্নসমূহ পাই থাকিবলৈ, আৰু সহজতে Tricks সমূহৰ দ্বাৰা concept সমূহ clear কৰি ৰাখিবলৈ, আমাৰ চেনেলটি Subscribe কৰি ৰাখিব। 🫶🏻
আমাৰ video সমূহৰ pdf সহজতে বিনামূল্যভাবে লাভ কৰিবলৈ আমাৰ whatsapp চেনেলটো follow কৰক -
whatsapp.com/channel/0029Vb4ZKoh7oQhYHDhMsH3T
অথবা telegram group ত join হওঁক - t.me/examInsight11k