MENU

Fun & Interesting

Liku Assamese Entertainment

Liku Assamese Entertainment

Liku assamese entertainment নামৰ মোৰ এই YouTube channel যোগে মই আপোনালোকক অসমৰ বহুতো তাৰকা অভিনেতা অভিনেত্ৰী, গায়ক গায়িকা আৰু সকলোঁ ধৰণৰ celebrity তথা artistor তেওঁলোকৰ real life interview জৰিয়তে দেখুৱাবলৈ চেষ্ঠা কৰিম... যত আপোনালোকে অসমৰ তাৰকা সকলৰ জীবনৰ বিষয়ে বহু মনোৰঞ্জন ধৰ্মী কথা জানিবলৈ পাব... গতিকে আশা কৰিছো আপোনালোকে আদৰি লব লগতে মোক আগুৱাই যোৱাত সঁহাৰি জনাব... লগতে ইতিবাচক সমালোচনাৰ জৰিয়তে মোৰ ভূল ক্ৰুটিবোৰ আঙুলিয়াই দিব... গতিকে মোৰ channel টো চাবলৈ নাপাহৰিব