MENU

Fun & Interesting

USTMৰ আচাৰ্য মহবুবুল হকৰ গ্রেপ্তাৰক লৈ অব্যাহত আছে বিতৰ্ক...

Pratidin Time 45,809 7 hours ago
Video Not Working? Fix It Now

USTMৰ আচাৰ্য মহবুবুল হকৰ গ্রেপ্তাৰক লৈ অব্যাহত আছে বিতৰ্ক। তাৰ মাজতে শুকুৰবাৰে দিছপুৰ থানাত মহবুবুল হকক জেৰা চলোৱাৰ বাবে অনাৰ সময়ত থানাৰ বাহিৰত ভিৰ কৰিলে USTMৰ ডেৰশৰো অধিক শিক্ষক-কৰ্মচাৰী। কিন্তু USTMৰ শিক্ষক-কৰ্মচাৰীক আৰক্ষীয়ে সাক্ষাৎ কৰিবলৈ নিদিলে মহবুবুল হকক। ইফালে, মহবুবুল হকৰ গ্রেপ্তাৰক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। #PratidinTime #AssamNews #assam #USTM

Comment