MENU

Fun & Interesting

// বৈকুণ্ঠৰ পৰা গুৰুজনাই // সুনন্দ্ৰ গগৈ // #vaktisangeet

Ajit konch Official 76,234 1 year ago
Video Not Working? Fix It Now

Tokari Geet! Tokari Geet is a traditional Assamese folk music genre from Assam, India. It's characterized by soulful, melodious, and emotive songs, often sung by women. Some popular Tokari Geet themes include: 1. Nature 2. Love 3. Longing 4. Devotion 5. Social issues Famous Tokari Geet artists: 1. Pratima Barua Pandey 2. Dipali Borthakur 3. Runumi Devi 4. Nirmala Mishra 5. Khagen Mahanta BOIKUNTHAR PORA অসমীয়া ভক্তি মূলক গীত পুৱাৰ হৰিনাম টোকাৰী গীত বৈকুণ্ঠৰ পৰা গুৰুজনাই AJIT KR KONCH@https://www.facebook.com/ajitkumar.konch Bass - : Prasanta Pegu. #Boikunthar_Pora হৰিনামৰ প্ৰেমৰস অমৃত নিধিক বান্ধি... গুপ্ত কৰি থৈলা দেৱগণে ! দয়ালু শংকৰে পাই তুলিমোদ দিলা ভাঙ্গি .. এ সুখে পাই কৰে সৰ্বজনে। বৈকুণ্ঠৰে পৰা গুৰুজনাই অমৃতলৈ আনিলে গাগৰি ভৰাই, কল্পতৰু বৃক্ষজুপি দিলেহি সজাই ভকতৰ মাজতে জেউতি চৰাই। যিটো মহামতি গুৰুজনে, হৰিভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে l হেনয় পৰম গুৰু ঋণ , পুঁজি গণ পতি জানা নিষ্ঠ , অনন্ত উপায় নাহি অঞ্জলিত পৰেl এ ৰাম ৰাম ৰাম এ দ্বাপৰ যুগত দৈৱকী নন্দন অ কলিত কুসুম্বৰ ঘৰে অ কৃষ্ণয়ে শংকৰ স্বৰূপ ধৰিয়া জগতক উদ্ধাৰ কৰে l ঘোষাৰ মধ্যে মাধৱদেৱে কৰে অঙ্গীকাৰ শংকৰ বিনে পৰম গুৰু নাহিকে আমাৰ গুৰু নাহিকে আমাৰ। জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুটয় সেহি স্থানে নিজৰ গুৰু ভৈলন্ত উদয় গুৰু ভৈলন্ত উদয়। অ হৰি ৰাম হৰি অ হৰি ৰাম নাৰায়ণ। উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ , মধ্য ৰাত্ৰি নমাইলন্ত শ্ৰীমন্ত শংকৰ গুৰু শ্ৰীমন্ত শংকৰ। assamesevoktisongs voktimulokgit kinumayatumar assamesevoktisongs zubeen harinam assamese_harinaam harinaam hari_nam horinam_songs Bhakti mulak geet lyrics

Comment