MENU

Fun & Interesting

প্রতিটো গীতত মিলিয়ন Views, শ্রোতাৰ অভূতপূৰ্ব সঁহাৰি,ষ্টুডিঅ’ত জনপ্রিয় কণ্ঠশিল্পী নিতুল দাধৰা

Pratidin Time 29,452 2 days ago
Video Not Working? Fix It Now

নিভাঁজ অসমীয়া বিহু নামৰ পৰা আধুনিক অসমীয়া বিহুগীতলৈ যাৰ শিৰাই শিৰাই সংপৃক্ত বিহুনাম, বিহুগীত মৰাণৰ নামজলা ঢুলীয়া, বিহুৱাৰ পৰা অসমৰ সংগীত জগতলৈ শ্রুতিমধুৰ শৈলীৰে গীতৰ এক অনন্য সোৱাদ দিছে শ্রোতাক ‘মহাৰাজ’, ‘দীঘলতি’, ‘খামচেং’ আৰু কত যে কি... প্রতিটো গীতত মিলিয়ন Views, শ্রোতাৰ অভূতপূৰ্ব সঁহাৰি শ্রুতিমধুৰ শৈলীৰে গীতৰ এক অনন্য সোৱাদ দিছে তেওঁ শ্রোতাক ষ্টুডিঅ’ত জনপ্রিয় কণ্ঠশিল্পী নিতুল দাধৰা চাওক হিমাক্ষী বৰুৱাৰ সৈতে ‘সুৰীয়া সময়’ #pratidintime

Comment