📌 শংকৰ সংঘৰ অধিবেশনত গীত গাই আমাৰ পেজৰ যোগেদি ভাইৰেল হোৱা ব্যক্তিজনৰ সবিশেষ।
📌 অধিৱেশন তোলপাৰ লগোৱা এইজন ব্যক্তিৰ নাম ঠিকনা ।।
📌এইয়া পেৰদি নে ক্ষোভ??
বি: দ্ৰ:- ভুলবসতঃ মহকুমা তিতাবৰৰ সলনি জিলা তিতাবৰ বুলি কোৱা হল।সম্পাদনাৰ সময়ত সেইটো শুধৰণি কৰা নহল।অনিচ্ছাকৃত ভুলৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।শংকৰী সংঘৰ মতে তিতাবৰ জিলা শাখা,দেৰগাঁও জিলা শাখা তেনেকৈ ভাগ কৰা আছে।আমি video টো গ্ৰহণ কৰাৰ সময়ত সেই বিষয়ৰ আলোচনা চলি আছিল।সেইবাবে ভুলতে তিতাবৰ জিলা শব্দটো ওলাই গল।
#sankarjyoti
#sankar
#sankarvibes
#শংকৰ
#এৰালতলি
#মহবন্ধা
#viral
#shankarshangha
#mohbandha
#eraltoli
#viralfbpost