Watch online competition Borgeet || শ্ৰীমতী প্ৰিয়াক্ষী ফুকন। ঠিকনা : ভটিয়াপাৰ, শিৱসাগৰ।
,,,,,নমস্কাৰ
আপুনিও যদি আমাৰ এই প্ৰতিযোগিতা অংশ লব বিচাৰে তেন্তে যোগাযোগ কৰক - 8638903835
#দিহানাম&বৰগীত
#প্ৰতিযোগিতা
#সদৌ_অসম_ভিত্তিত#
প্ৰিয় বন্ধুসকল , আপোনালোকক জনাব পাই সুখী হৈছোঁ যে, আমাৰ Jubohomaj ইউটিউব চেনেলৰ জৰিয়তে যি অনলাইন দিহানাম প্ৰতিযোগিতা ৰ আয়োজন কৰা হৈছিল, ইয়াৰ নামভৰ্তি ৰ সময়সীমা বহাই দিয়া হৈছে, আগষ্টৰ মাহৰ ১০/৮/২০২১)তাৰিখৰ লৈকে আপোনালোকে নামভৰ্তি কৰিব পাৰিব,
uploading Date 26-7-21