🚨মাহে লাখ টকা উপাৰ্জন কৰে এগৰাকী মহিলাই
👉৫০জনকৈ লোকক সংস্থাপন দিছে এগৰাকী মহিলাই
👉চৰকাৰী চাকৰি এৰি কৃষিত ব্যস্ত নৱনীতা দাস
👉দেশ-বিদেশ ভ্ৰমণ কৰে যোৰহাটৰ নৱনীতাই
👉কেইবাটাও কৃষকৰ বঁটা লাভ কৰিছে এইগৰাকী মহিলাই
👉৪২ বিঘা মাটিত খেতি কৰা নৱনীতা দাসৰ সৈতে নাৰী দিৱসৰ দিনা আমাৰ বিশেষ প্ৰতিবেদন