গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ বাবে চাৰি লাখ টকাৰ অনুদান বাৰেকুৰি বাসীৰ । RAJIB SADIYA
বাৰেকুৰিবাসীৰ হৃদয়ত ঠাঁচ বহোৱা প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত হৈ এটি সঁজাতি দলে তেখেতৰ আদ্য শ্ৰাদ্ধৰ বাবে চাৰি লাখ টকাৰ অনুদান ।
@Drutasangbadদ্ৰুতসংবাদ
প্ৰয়াত ৰাজীৱ শদিয়াৰ শদিয়াস্থিত ঘৰত আজি উপস্থিত হয় তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ এটা প্ৰতিনিধি দল ।
অহা ৯ ফেব্ৰুৱাৰীত হব লগীয়া আদ্যশ্ৰাদ্ধখনিৰ প্ৰস্তুতিৰ বুজ লয় দলটোৱে ।
দলটোৱে কয় যে, ৰাজীৱ শদিয়াই বাৰেকুৰিক তেখেতে দ্বিতীয় ঘৰ হিচাপে পৰিচয় দিছিল।
উক্ত দিনা সমূহ বাৰেকুৰি ৰাইজে পৰিয়ালটোলৈ আৰ্থিক সহায় হিচাপে চাৰি লাখ টকা প্ৰদান কৰিব আৰু দেহেকেহে লাগি গণশিল্পীগৰাকীক আত্মাৰ সদগতিৰ বাবে কাম কৰিবলৈ বদ্ধ পৰিকৰ ।
#rajib_sadiya #rajib_sadiya_news
আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ?
অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇
ৰাজা গগৈ -6003878767
নিৰূপম বড়া -8403077043