MENU

Fun & Interesting

কি কি গছৰ পাত ছাগলীক খোৱাব পাৰি?

SWAGATAM farm 57,754 lượt xem 4 years ago
Video Not Working? Fix It Now

Hi friends
I am Krishna Sharma your host & Dost

Welcome to our YouTube channel SWAGATAM farming tips

About this video
ছাগলীক কি কি গছৰ পাত খুৱাব পাৰি এই বিষয় লৈ ভিডিঅ' বনোৱা হৈছে।


About this channel

Friends এই Channelৰ মাধ্যমেৰে ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, ছাগলী পালনত কিমান লাভ হয়, গড়াল কেনেকুৱা হব লাগে, ছাগলীক কি কি বেমাৰ হয়, ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়।


Our channel playlist

ছাগলী সম্বন্ধীয় Videos playlist
https://youtube.com/playlist?list=PLVgWZ5gSARaa3ZzuAXQN_DYm24ne-x9kC

ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist
https://youtube.com/playlist?list=PLVgWZ5gSARabeFMr49-PFtwYBBv9nQ9xx

SWAGATAM farming tips all videos playlist
https://youtube.com/playlist?list=PLVgWZ5gSARaYSH_amPHK_vryWle47fLt7


SWAGATAM farming tipsৰ উদ্দেশ্য

অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা।

যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব।


#assamgoatfarm #goatfarmassam

#blackbengalgoatfarm #assamhillgoat

#localgoatfarm #goatfarm #smallgoat

#grassforgoat #goatfeed #goatfarm

#supernapier #amazonsupernapier

#smartnapier #rednapier #giantking

#australianrednapier #ginigrass

#subabul #napier #goat_disease

#goat_food_poisoning #grass_in_flood

#dhansia #gliricidia #betel_goat_farm

#cross_breed_goat #Vitamin_b_complex_deficiency

#sagoli_palan #assam_sagoli_palan #local_sagoli_farm_assam #local_sagoli_farm #assam_goat_farm #assam_goat_market #assam_goat #goat_farm_nagaon #assam_goat_farm_video #goat_farm_tezpur

#ছাগলীৰ_ফাৰ্ম #ছাগলীৰ_খাদ্য #ছাগলী_ফাৰ্মত_লাভালাভ #ছাগলীৰ_বেমাৰ #ছাগলীৰ_দানা



Smart napier, Super napier, Australian red napier, Giant king, Napier co4, Gini, Subabul, Hari patti, gliricidia, Local goat, Black bengal goat, Assam hill goatৰ বাবে যোগাযোগ কৰিব।



SWAGATAM farming tips
Kaliabor, Nagaon
8638035590


Thank you

Comment