🚨'দুজনী গাৰ্লফ্ৰেণ্ডৰ ১২ টা বয়ফ্ৰেণ্ড'
👉'যোৰহাটৰ পৰা দিল্লীলৈকে হিচাপ কৰি থৈছে কাৰ কিমান বয়ফ্ৰেণ্ড'
👉'মদ খাই ভাল পাওঁ দাদাগিৰী মই ভাল পাওঁ'
👉'এইবাৰ মই কিন্তু ভকত হম'
👉পেৰডী গীতেৰে ছ’চিয়েল মিডিয়া গৰম কৰি দিছে শিল্পী ভুগেশ্বৰ গগৈয়ে
👉‘সত্য’ৰ উজনি অসমৰ ব্যুৰ’ ৰিতুৰাজ বৰাৰ আগত ভুগেশ্বৰ গগৈয়ে গাই গ’ল বহু গীত
#assam #assamese #singer
#assamesenews