MENU

Fun & Interesting

৪০০ বছৰে জ্বলি আছে চাকি , সুৰক্ষাত আছে দুই সৰ্প

Chakrapani Parashar's Baartalaap 50,170 lượt xem 3 weeks ago
Video Not Working? Fix It Now

মাজুলীৰ প্ৰথমটো পকী ঘৰ

প্ৰায় ৪০০ বছৰ পুৰণি মাজুলীৰ পকী ঘৰটো


এই ঘৰটোৰ ভিতৰতে আছে ৰজাদিনীয়া সম্পত্তি


সোণ-ৰূপ, মণি-মুকুট, আ-অলংকাৰ, বাচন-বৰ্তন দেখিলে আচৰিত হৈ পৰিব


শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ এই ভড়াল গৃহৰ ৰহস্য আছে


ভড়াল গৃহৰ ভিতৰত জ্বলি আছে ৪০০ বছৰে চাকি

ভড়াল গৃহৰ সুৰক্ষাত আছে দুই সৰ্প

আৰু কি কি আছে মাজুলীৰ এই প্ৰথম পকী ঘৰটোত ?


চক্ৰপাণি পৰাশৰৰ সৈতে বাৰ্তালাপ




#chakrapaniparashar #baartalaap #majuli #majulioldesthome #dakhinpatsatra #dakhinpatsatramajuli #majulitourism #unescomajuli

Comment