MENU

Fun & Interesting

নিজৰ স্থিতিত অটল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদ...

Pratidin Time 18,455 lượt xem 1 week ago
Video Not Working? Fix It Now

শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদৰ মাজত সৃষ্টি হোৱা বিবাদে সৃষ্টি কৰিছে স্পর্শকাতৰ পৰিৱেশৰ। নিজৰ স্থিতিত অটল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদ। এফালে যদি সংঘৰ সংবিধান দাহ কৰাৰ অভিযোগত টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘই এজাহাৰ দাখিল কৰিছে, আনফালে সংবাদ মেল সম্বোধন কৰি সংঘৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্নবাণ নিক্ষেপ কৰিছে টাইপাই। যাৰ পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হৈছে- কেনেদৰে ওৰ পৰিব এই বিবাদৰ?

#Pratidintime #AssamNews #assam

Comment