কেবিনেট বৈঠকক লৈ কি ক’লে বিধায়ক অখিল গগৈয়ে...?
’মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় অধ্যয়ন আৰু পুঁজি যোগানৰ কাৰণে দেওবাৰে অসম কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ বাবে ৰাইজৰ দলৰ সভাপতি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঃ বিধায়ক অখিল গগৈ।’
#PratidinTime #AssamNews #assam #HimantaBiswaSarma #AkhilGogoi