আজিৰ বিষয় ‘শ্রীমন্ত শংকৰদেৱ সংঘ’...
নামত গণতন্ত্র, কিন্তু কৌশলী একানায়কত্ববাদ চলিছে নেকি শ্রীমন্ত শংকৰদেৱ সংঘত?
বিতৰ্কৰ আওতালৈ কিয় আহে শ্রীমন্ত শংকৰদেৱ সংঘৰ একাংশ নেতা?
সংঘৰ কিছু নীতি-নিয়ম আজিৰ সমাজ ব্যৱস্থাৰ পৰিপন্থী নেকি?
কেনেদৰে নিয়ন্ত্রণিত হৈ আছে শ্রীমন্ত শংকৰদেৱ সংঘৰ ৭,৫০০ শাখা?
বিশাল আয়োজনেৰে বছৰি বছৰি অধিৱেশন কেনেকৈ পাতিব পাৰে সংঘই?
আন সংগঠনতকৈ কিয় পৃথক আৰু ব্যতিক্রম শ্রীমন্ত শংকৰদেৱ সংঘ?
আধুনিক সমাজে কি শিকিবলগা আছে শ্রীমন্ত শংকৰদেৱ সংঘৰ পৰা?
শ্রীমন্ত শংকৰদেৱ সংঘইনো কি গ্রহণ কৰিবলগা আছে আজিৰ সমাজৰ পৰা?
শ্রীমন্ত শংকৰদেৱ সংঘৰ চতুৰ্থবাৰৰ বাবে পদাধিকাৰ নিৰ্বাচিত হোৱা ড০ ভৱেন্দ্র নাথ ডেকা LIVE
বহু স্পৰ্শকাতৰ প্রসংগৰ নিৰ্মোহ আৰু খোলোচা আলোচনা
কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে A2Z
#PratidinTime #AssamNews #assam #A2Z #SunitKumarBhuyan