MENU

Fun & Interesting

ৰাজীৱ শদিয়া, মহেন্দ্ৰ হাজৰিকা আৰু বহুজনৰ গীত কণ্ঠত কঢ়িয়াই ফুৰে তেওঁমৰাণ বিহু আৰু যে ক’ত কিমান সুৰ?

Samiron Creation 7,425 lượt xem 1 day ago
Video Not Working? Fix It Now

বানে ধোৱা এখন গাঁৱৰ পৰা আহিছে এজন যুৱক
৯০ দশকৰ পৰাই আশ্ৰয় শিবিৰত থকা এখন গাঁও
তিনিচুকীয়াৰ ডুমডুমাৰ জীয়া বাস্তৱ এয়া
ডুমডুমা কৰ্দৈগুৰিৰ এটা অসহায় পৰিয়ালৰ বোকাৰ পদুম
সমস্যা সিফলীয়া কৰি কুৰি বছৰ গীতৰ সাধনাত যুৱকজন
মাটি-মানুহক জীপাল কৰা গান নিৰলস গাই গৈছে তেওঁ
উৰুখা পঁজাতে সাধনা কৰিছে জাতীয়তাবোধৰ
মহেন্দ্ৰ হাজৰিকা, ৰাজীৱ শদিয়া আৰু বহুজনৰ গীত কণ্ঠত কঢ়িয়াই ফুৰে তেওঁ
মৰাণ বিহু আৰু যে ক’ত কিমান সুৰ?
বাধা নেওচি আগবঢ়াৰ বহু কাহিনী আজি
সবাতোকৈ পৃথক অনুষ্ঠান
আছে দায়বদ্ধতা, আছে জীৱন জিনাৰ মাদকতা
কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘খবৰৰ আঁৰৰ খবৰ’

Comment