MENU

Fun & Interesting

⭕উদ্ধাৰ হ'ল উত্তৰাখণ্ডৰ ৰাইডাৰ ননীৰ চুৰি হোৱা বাইক।

News Live 27,951 lượt xem 19 hours ago
Video Not Working? Fix It Now

⭕উদ্ধাৰ হ'ল উত্তৰাখণ্ডৰ ৰাইডাৰ ননীৰ চুৰি হোৱা বাইক। গুৱাহাটীৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ হ'ল ২৭২ কিঃমিঃ নিলগৰ ফকিৰগঞ্জত। দুটা চোৰে গুৱাহাটীৰ গেষ্ট হাউছৰ পৰা চুৰি কৰিছিল বাইকখন। বাইকখন চলাই উপস্থিত হৈছিল গৈ ফকিৰগঞ্জৰ প্ৰেমবজাৰত। নাৱেৰে বাইকখন বাংলাদেশলৈ প্ৰেৰণৰ বাবে যো-জা চলাইছিল চোৰ দুটাই। অৱশেষত মহানগৰ আৰক্ষীৰ জালত পৰিল বাইকচোৰ দুটা।
Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/

Follow News Live on twitter: https://twitter.com/NewsLiveGhy

Connect to our instagram account: https://www.instagram.com/newsliveghy/

Visit our website for all news updates: http://newslivetv.com/

Comment