MENU

Fun & Interesting

ৰকষ্টাৰ এলভিনে কিয় গান গাওঁতে সদায় চশমা পিন্ধি থাকে?

NKTV PLUS 26,330 lượt xem 9 months ago
Video Not Working? Fix It Now

▶️অতিপাত মদ খাইছিলোঁ, প্ৰেমত বিফল হৈ অতিপাত স্পীডত বাইক চলালোঁ। তুৰালৈ যাওঁতে পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হৈ মূৰত দুটা শিল সোমাই পৰিছিল। চকু ওলমি গৈছিল, ২৮টা চিলাই পৰিছিল, সেই দাগ এতিয়াও আছে। এটা দুৰ্ঘটনাই কিদৰে ৰকষ্টাৰ এলভিনৰ জীৱন সলনি হৈ পৰিছিল, কিয় গান গাওঁতে সদায় চশমা পিন্ধি থাকে ক'লে শিল্পীজনে।

Comment