নমস্কাৰ 🙏 এই Video টোত আপোনালোকক প্ৰথম 20 দিন কুকুৰাৰ পোৱালিক কেনেকৈ যত্ন লব লাগে বা ব্ৰুডিং কৰিব লাগে এই বিষয়়ে অলপ বুজাই দিয়াৰ চেষ্টা কৰিছো । আশাকৰো video টো চাই ভাল পাব যদি video টো চাই উপকৃত হৈছে Please Like Share and Subscribe ধন্যবাদ 🙏