👉🏻 "পত্নী যদি ISIৰ এজেণ্ট, মই তেন্তে R&AWৰ এজেণ্ট!"
👉🏻 কেনেকৈ গৌৰৱ গগৈৰ পত্নী ISIৰে জড়িত হ’ল?
👉🏻 ভাৰতবিৰোধী সন্থাৰ পইচা কেনেকৈ গৌৰৱ গগৈৰ NGOত সোমায়?
👉🏻 ২০১৫ত কি কাৰণত পাকিস্তান হাই কমিচনৰ কাষলৈ গৈছিল গৌৰৱ গগৈ?
👉🏻 ডাঙৰ অভিযোগৰ উত্তৰ কেতিয়া দিব গৌৰৱ গগৈয়ে?
👉🏻 ভাৰতবিৰোধী সন্থাৰ পইচা লৈ কংগ্ৰেছে ২০১৪ত কি কৰিছিল? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন!