MENU

Fun & Interesting

কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত| ৰাম নাথ বাপ | Palnaam #পালনাম | Bamunimaidan,Guwahati|এক শৰণ ভাগৱতী সমাজ

JONAKI (জোনাকী) 74,792 lượt xem 3 years ago
Video Not Working? Fix It Now

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ৷
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু ৷৷

কৃষ্ণ, জয় জগত গুৰু শ্ৰী মন্ত শংকৰ | 🙏🏻💐💐


JONAKI (জোনাকী) CHANNEL তোলে আপোনালোক সকলো বাপ বান্ধৱ, আই মাতৃ তথা তৰুণ-তৰুণীলে হিয়া ভৰা আদৰণি আৰু লগতে সহস্ৰ কোটি প্ৰণাম আৰু সেৱা জনাইছো 🙏🏻👏🏻💐| এই CHANNEL টোত আপোনা সৱে সকলো ভক্তি মূলক নাম-কীৰ্ত্তন, ভাগৱত বাখ্যা আদিৰ ভিদিঅ (Video) পাব |

সেয়েহে আপোনা সৱক এটি বিনম্ৰ অনুৰোধ যে channel তো LIKE , SUBSCRIBE কৰে আৰু লগতে আপোনালোকৰ নিজৰ বন্ধু-বান্ধবি সৈতেও SHARE কৰি Support কৰে যেন যাতে আগলৈকেও এই দৰে video আগবঢ়াব পাৰোঁ |

কৃষ্ণ ৰাম 💐💐💐🙏🏻|

Comment