📌কোনোবাজন অভিনেতা, কোনোবাগৰাকী শিক্ষয়িত্ৰী। আজি তেওঁলোক আৰক্ষী আৰু প্ৰশাসনিক বিষয়া। REEL লাইফৰ পৰা REAL লাইফৰ APS বিষয়া হ'ল পাৰ্থপ্ৰতিম শৰ্মা। কোনোবাগৰাকী যদি কৃষক পৰিয়ালৰ কন্যা, আন কোনোবাগৰাকীয়ে বাস কৰে জুপুৰিত। APSC পৰীক্ষাত এওঁলোক জিলিকিল REAL HERO ৰূপে।
Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/
Follow News Live on twitter: https://twitter.com/NewsLiveGhy
Connect to our instagram account: https://www.instagram.com/newsliveghy/
Visit our website for all news updates: http://newslivetv.com/