MENU

Fun & Interesting

নিউজ লাইভৰ এটা অনুষ্ঠানে ভাগ্য সলনি কৰিলে এজন ছাত্ৰৰ, ACSৰ চতুৰ্দশ স্থান দখল ৰুবু বৰাৰ

News Live 130,373 lượt xem 2 months ago
Video Not Working? Fix It Now

📌নিউজ লাইভৰ এটা অনুষ্ঠানে ভাগ্য সলনি কৰিলে এজন ছাত্ৰৰ। ACSৰ চতুৰ্দশ স্থান দখল নিউজ লাইভৰ ৰিয়েল হিৰ' ৰুবু বৰাৰ। ৰিয়েল হিৰ'জ অনুষ্ঠান নোহোৱা হলে আজি মই এই স্থান নাপালোহেঁতেন। ফলাফলৰ পাছতে কৃতজ্ঞতা প্ৰকাশ গহপুৰৰ ৰুবুৰ। নিউজ লাইভ নোহোৱা হ'লে ৰুবু আন্ধাৰতেই থাকিলেহেঁতেন বুলি মন্তব্য পিতৃ-মাতৃৰ।

Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/

Follow News Live on twitter: https://twitter.com/NewsLiveGhy

Connect to our instagram account: https://www.instagram.com/newsliveghy/

Visit our website for all news updates: http://newslivetv.com/

Comment