MENU

Fun & Interesting

ইন্দ্ৰধনু INDRADHANU Assam NE

ইন্দ্ৰধনু INDRADHANU Assam NE

ইন্দ্ৰধনু অসম নৰ্থ ইষ্টএটি মনোৰঞ্জনধৰ্মী ইউটিউব চেনেল ৷ এই চেনেলটোত কলা-সংস্কৃতি-ক্ৰীড়া বিষয়ক ভিডিঅ'ৰ লগতে অন্যান্য দিশৰো ভিডিঅ'সমূহ প্ৰচাৰ কৰা হয়৷ সাম্প্ৰতিক সময়ৰ ঘটনাৱলী (কলা-সংস্কৃতি বিষয়ক) সম্পৰ্কতো আলোকপাত কৰিবলৈ চেষ্টা কৰা হয়৷ লগতে সুপ্ত প্ৰতিভাসমূহকো এই চেনেলটোৰ জৰয়তে তুলি ধৰিবলৈ প্ৰয়াস কৰা হয়৷ লগতে আপোনাৰ অঞ্চলৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান, ভাওনা, ভাগৱত, দিহানাম আদি অনুষ্ঠান প্ৰচাৰৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰিব৷

আপোনাৰ ভিডিঅ' আমাৰ চেনেলত প্ৰচাৰ কৰিবৰ বাবে যোগাযোগ কৰক এই নম্বৰতঃ
7002065620 (Only Whatsapp)

লগতে যিকোনো ধৰণৰ ব্যৱসায়িক বিজ্ঞাপনৰ বাবেও যোগাযোগ কৰিব পাৰিব ৷

For Sponsorship and Business enquiry, please mail us:
businesscreator01@gmail.com