মহকুমা কৃষি বিভাগে আদৰ্শ খেতিয়ক হিচাপে সন্মানিত কৰা শদিয়াৰ ডিক্ৰং গাৱৰ যুৱক শ্ৰী ৰবচন গগৈ।
তেখেতৰ কাম আৰু খেতি দিখিলে আপোনালোক আল্পুত হৈ পৰিব।
নিজে শ শ বিঘা ভূমিত খেতি কৰাৰ ওপৰিও গাৱৰ আৰু বহু ব্যক্তিক খেতি কৰিবলৈ তেওঁ আৰ্থিকভাবে সহায় কৰে।
শদিয়া মহকুমাৰ কোনোবা যুৱকে যদি তেখেতৰ লগত জড়িত হৈ খেতি কৰিবলৈ ইচ্ছা কৰে
তেনেহলে যোগাযোগ কৰক
শ্ৰী ৰবচন গগৈ, ডিক্ৰং গাওঁ, শদিয়া
+917896292254